"সম্পূৰ্ণ বেকআপ"
"সম্পূৰ্ণ পুনঃস্থাপন"
"এটা সংযোগ হৈ থকা ডেস্কট\'প কম্পিউটাৰলৈ সকলো ডেটাক সম্পূৰ্ণৰূপে পুনঃস্থাপনৰ বাবে অনুৰোধ কৰা হৈছে। আপুনি এই কাৰ্যক অনুমতি দিব বিচাৰেনে?\n\nযদিহে আপুনি নিজৰ ফালৰ পৰা এই অনুৰোধটো কৰা নাই, তেন্তে এই কাৰ্যক অনুমতি নিদিব।"
"মোৰ ডেটাৰ বেকআপ লওক"
"বেকআপ নল\'ব"
"সংযোগ হৈ থকা এটা ডেস্কটপ কম্পিউটাৰৰ পৰা সকলো ডেটাৰ সম্পূৰ্ণ পুনঃস্থাপনৰ বাবে অনুৰোধ কৰা হৈছে। আপুনি এই কাৰ্য সম্পন্ন হ\'বলৈ দিব বিচাৰেনে?\n\nযদিহে আপুনে নিজৰ ফালৰ পৰা এই অনুৰোধটো কৰা নাই, তেন্তে এই কাৰ্য আৰম্ভ হ\'বলৈ নিদিব। এই কাৰ্যই ডিভাইচত থকা সকলো ডেটা সলনি কৰিব!"
"মোৰ ডেটা পুনঃস্থাপন কৰক"
"পুনঃস্থাপন নকৰিব"
"অনুগ্ৰহ কৰি আপোনাৰ বৰ্তমানৰ বেকআপ পাছৱৰ্ডটো তলত দিয়ক:"
"অনুগ্ৰহ কৰি তলত আপোনাৰ ডিভাইচৰ এনক্ৰিপশ্বন পাছৱৰ্ডটো দিয়ক৷"
"অনুগ্ৰহ কৰি তলত আপোনাৰ ডিভাইচৰ এনক্ৰিপশ্বন পাছৱৰ্ডটো দিয়ক৷ এই পাছৱৰ্ডটো বেকআপ কাৰ্যৰ আৰ্কাইভ কৰিবলৈও ব্যৱহাৰ কৰা হ\'ব৷"
"সম্পূৰ্ণৰূপে বেকআপ লোৱা ডেটা এনক্ৰিপ্ট কৰিবলৈ অনুগ্ৰহ কৰি এটা পাছৱৰ্ড দিয়ক। এই ঠাইটো খালী ৰাখিলে আপোনাৰ বৰ্তমানৰ বেকআপ পাছৱৰ্ডটো ব্যৱহাৰ কৰা হ\'ব:"
"যদি আপুনি সম্পূৰ্ণ বেকআপ ডেটা এনক্ৰিপ্ট কৰিব বিচাৰিছে, তেতিয়াহ\'লে তলত পাছৱৰ্ড এটা দিয়ক:"
"যদি পুনঃস্থাপন কৰিবলগীয়া ডেটা এনক্ৰিপ্ট কৰা আছে, তেন্তে তলত পাছৱৰ্ড দিয়ক:"
"বেকআপ লোৱা কাৰ্য আৰম্ভ কৰি আছে..."
"বেকআপ লোৱা সম্পূৰ্ণ হ’ল"
"পুনঃস্থাপন কাৰ্য আৰম্ভ কৰি আছে..."
"পুনঃস্থাপন কাৰ্য সমাপ্ত হ’ল"
"কাৰ্যটোৰ সময়সীমা উকলি গ\'ল"