"পেকেজ ইনষ্টলাৰ"
"ইনষ্টল কৰক"
"আপডে’ট কৰক"
"সম্পন্ন হ’ল"
"বাতিল কৰক"
"ইনষ্টল কৰি থকা হৈছে…"
"%1$s ইনষ্টল কৰি থকা হৈছে…"
"এপ্ ইনষ্টল কৰা হ’ল।"
"আপুনি এই এপ্টো ইনষ্টল কৰিবলৈ বিচাৰেনে?"
"আপুনি এই এপ্টো আপডে’ট কৰিবলৈ বিচাৰেনে?"
"এই এপ্টো %1$sৰ পৰা আপডে’ট কৰিবনে?\n\nএই এপ্টোৱে সাধাৰণতে %2$sৰ পৰা আপডে’ট লাভ কৰে। অন্য এটা উৎসৰ পৰা আপডে’ট কৰি আপুনি যিকোনো উৎসৰ পৰা আপোনাৰ টেবলেটত অনাগত আপডে’টসমূহ পাব পাৰে। এপৰ কাৰ্যক্ষমতা সলনি হ’ব পাৰে।"
"এই এপ্টো %1$sৰ পৰা আপডে’ট কৰিবনে?\n\nএই এপ্টোৱে সাধাৰণতে %2$sৰ পৰা আপডে’ট লাভ কৰে। অন্য এটা উৎসৰ পৰা আপডে’ট কৰি আপুনি যিকোনো উৎসৰ পৰা আপোনাৰ টিভিত অনাগত আপডে’টসমূহ পাব পাৰে। এপৰ কাৰ্যক্ষমতা সলনি হ’ব পাৰে।"
"এই এপ্টো %1$sৰ পৰা আপডে’ট কৰিবনে?\n\nএই এপ্টোৱে সাধাৰণতে %2$sৰ পৰা আপডে’ট লাভ কৰে। অন্য এটা উৎসৰ পৰা আপডে’ট কৰি আপুনি যিকোনো উৎসৰ পৰা আপোনাৰ ফ’নত অনাগত আপডে’টসমূহ পাব পাৰে। এপৰ কাৰ্যক্ষমতা সলনি হ’ব পাৰে।"
"এপ্ ইনষ্টল কৰা হোৱা নাই।"
"পেকেজটোৰ ইনষ্টল অৱৰোধ কৰা হৈছে।"
"এপ্টো ইনষ্টল কৰিব পৰা নগ\'ল কাৰণ ইয়াৰ সৈতে আগৰে পৰা থকা এটা পেকেজৰ সংঘাত হৈছে।"
"আপোনাৰ টেবলেটৰ সৈতে খাপ নোখোৱাৰ বাবে এপ্টো ইনষ্টল কৰা নহ\'ল।"
"আপোনাৰ টিভিত এই এপ্টো নচলে"
"আপোনাৰ ফ\'নৰ সৈতে খাপ নোখোৱাৰ বাবে এপ্টো ইনষ্টল কৰা নহ\'ল।"
"পেকেজটো মান্য নোহোৱাৰ বাবে এপ্টো ইনষ্টল কৰা নহ\'ল।"
"আপোনাৰ টে\'বলেটত %1$s ইনষ্টল কৰিব পৰা নগ\'ল৷"
"আপোনাৰ টিভিত %1$s ইনষ্টল কৰিব পৰা নগ\'ল।"
"আপোনাৰ ফ\'নত %1$s ইনষ্টল কৰিব পৰা নগ\'ল৷"
"খোলক"
"আপোনাৰ প্ৰশাসকে অজ্ঞাত উৎসৰ পৰা পোৱা এপ্ ইনষ্টল কৰাৰ অনুমতি দিয়া নাই"
"এই ব্যৱহাৰকাৰীয়ে অজ্ঞাত উৎসৰপৰা পোৱা এপ্সমূহ ইনষ্টল কৰিব নোৱাৰে"
"এই ব্যৱহাৰকাৰীজনৰ এপ্ ইনষ্টল কৰাৰ অনুমতি নাই"
"ঠিক আছে"
"যিকোনো প্ৰকাৰে আপডে’ট কৰক"
"এপ্ পৰিচালনা"
"খালী ঠাই নাই"
"%1$s ইনষ্টল কৰিব পৰা নগ\'ল। কিছু খালী ঠাই উলিয়াই আকৌ চেষ্টা কৰক৷"
"এপ্টো পোৱা নগ\'ল"
"ইনষ্টল কৰি ৰখা এপৰ তালিকাত এই এপ্টো পোৱা নগ\'ল।"
"অনুমতি নাই"
"বর্তমানৰ ব্যৱহাৰকাৰীজনক এইটো আনইনষ্টল কৰিবলৈ অনুমতি দিয়া হোৱা নাই।"
"আসোঁৱাহ"
"এপ্ আনইনষ্টল কৰিব পৰা নগ\'ল।"
"এপ্ আনইনষ্টল কৰক"
"আপডে’ট আনইনষ্টল কৰক"
"%1$s হৈছে তলৰ এপ্টোৰ এটা অংশ:"
"আপুনি এই এপ্টো আনইনষ্টল কৰিব বিচাৰে নেকি?"
"আপুনি ""সকলো"" ব্যৱহাৰকাৰীৰ বাবে এই এপ্টো আনইনষ্টল কৰিব বিচাৰেনে? এপ্লিকেশ্বন আৰু ইয়াৰ ডেটা ডিভাইচটোত থকা ""সকলো"" ব্যৱহাৰকাৰীৰ পৰা আঁতৰোৱা হ\'ব৷"
"আপুনি ব্যৱহাৰকাৰীৰ %1$s বাবে এই এপ্টো আনইনষ্টল কৰিব বিচাৰেনে?"
"আপুনি নিজৰ কৰ্মস্থানৰ প্ৰ’ফাইলৰ পৰা এই এপ্টো আনইনষ্টল কৰিব বিচাৰেনে?"
"এই এপ্টোৰ ফেক্টৰী সংস্কৰণ ব্যৱহাৰ কৰিব বিচাৰেনে? আটাইবোৰ ডেটা মচা হ\'ব।"
"এই এপ্টোৰ ফেক্টৰী সংস্কৰণ ব্যৱহাৰ কৰিব বিচাৰেনে? সকলো ডেটা মচা হ\'ব। কর্মস্থানৰ প্ৰফাইল থকা ব্যৱহাৰকাৰীৰ লগতে ডিভাইচটোৰ সকলো ব্যৱহাৰকাৰীৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব।"
"এপৰ ডেটাৰ %1$s ৰাখক"
"আপুনি এই এপ্টো মচিব বিচাৰেনে?"
"আপুনি এই এপ্টো আনইনষ্টল কৰিব বিচাৰেনে? %1$sৰ ক্ল’নো মচা হ’ব।"
"আনইনষ্টল কৰি থকা হৈছে"
"যিবোৰ আনইনষ্টল পৰা নগ\'ল"
"আনইনষ্টল কৰি থকা হৈছে…"
"%1$s আনইনষ্টল কৰি থকা হৈছে…"
"আনইনষ্টল কৰা হ’ল।"
"%1$s আনইনষ্টল কৰা হ’ল"
"%1$sৰ ক্ল’ন মচা হৈছে"
"আনইনষ্টল কৰিব পৰা নগ\'ল।"
"%1$s আনইনষ্টল কৰিব পৰা নগ\'ল।"
"%1$sৰ ক্ল’ন মচি থকা হৈছে…"
"ডিভাইচৰ সক্ৰিয় প্ৰশাসক এপ্ আনইনষ্টল কৰিব নোৱাৰি"
"%1$sৰ সক্ৰিয় ডিভাইচৰ প্ৰশাসকীয় এপ্ আনইনষ্টল কৰিব নোৱাৰি"
"এই এপ্টো কিছুসংখ্যক ব্যৱহাৰকাৰী বা প্ৰ\'ফাইলৰ বাবে প্ৰয়োজনীয় আৰু বাকীসকলৰ বাবে ইয়াক আনইনষ্টল কৰা হৈছে"
"আপোনাৰ প্ৰ\'ফাইলৰ বাবে এই এপ্টোৰ প্ৰয়োজন আছে গতিকে আনইনষ্টল কৰিব পৰা নাযায়।"
"এই এপ্টো আনইনষ্টল কৰিব পৰা নাযায় কাৰণ আপোনাৰ ডিভাইচৰ প্ৰশাসকে এই এপ্ ৰখাটো বাধ্যতামূলক কৰি ৰাখিছে।"
"ডিভাইচৰ প্ৰশাসক এপ্সমূহ পৰিচালনা কৰক"
"ব্যৱহাৰকাৰী পৰিচালনা কৰক"
"%1$s আনইনষ্টল কৰিব নোৱাৰি।"
"পেকেজটো পাৰ্ছ কৰোঁতে এটা সমস্যাই দেখা দিছিল।"
"Android ৱেৰ"
"ৱেৰ-ত ইনষ্টল/আনইনষ্টল কৰিব পৰা নাযায়।"
"এপৰ অন্তিম পর্যায়ৰ পৰীক্ষণ চলি আছে…"
"অজ্ঞাত"
"আপোনাৰ সুৰক্ষাৰ বাবে আপোনাৰ টেবলেটটোক বৰ্তমান এই উৎসটোৰ পৰা অজ্ঞাত এপ্ ইনষ্টল কৰাৰ অনুমতি দিয়া হোৱা নাই। আপুনি এইটো ছেটিঙত সলনি কৰিব পাৰে।"
"আপোনাৰ সুৰক্ষাৰ বাবে আপোনাৰ টিভিটোক বৰ্তমান এই উৎসটোৰ পৰা অজ্ঞাত এপ্ ইনষ্টল কৰাৰ অনুমতি দিয়া হোৱা নাই। আপুনি এইটো ছেটিঙত সলনি কৰিব পাৰে।"
"আপোনাৰ সুৰক্ষাৰ বাবে আপোনাৰ ঘড়ীটোক বৰ্তমান এই উৎসটোৰ পৰা অজ্ঞাত এপ্ ইনষ্টল কৰাৰ অনুমতি দিয়া হোৱা নাই। আপুনি এইটো ছেটিঙত সলনি কৰিব পাৰে।"
"আপোনাৰ সুৰক্ষাৰ বাবে আপোনাৰ ফ’নটোক বৰ্তমান এই উৎসটোৰ পৰা অজ্ঞাত এপ্ ইনষ্টল কৰাৰ অনুমতি দিয়া হোৱা নাই। আপুনি এইটো ছেটিঙত সলনি কৰিব পাৰে।"
"আপোনাৰ ফ\'ন আৰু ব্যক্তিগত ডেটা অজ্ঞাত এপৰ আক্ৰমণৰ বলি হোৱাৰ সম্ভাৱনা অধিক। আপুনি এই এপ্টো ইনষ্টল কৰি এপ্টোৰ ব্যৱহাৰৰ ফলত আপোনাৰ টিভিত হ\'ব পৰা যিকোনো ক্ষতি বা ডেটা ক্ষয়ৰ বাবে আপুনি নিজে দায়ী হ\'ব বুলি সন্মতি দিয়ে।"
"আপোনাৰ টেবলেট আৰু ব্যক্তিগত ডেটা অজ্ঞাত এপৰ আক্ৰমণৰ বলি হোৱাৰ সম্ভাৱনা অধিক। আপুনি এই এপ্টো ইনষ্টল কৰি এপ্টোৰ ব্যৱহাৰৰ ফলত আপোনাৰ টিভিত হ\'ব পৰা যিকোনো ক্ষতি বা ডেটা ক্ষয়ৰ বাবে আপুনি নিজে দায়ী হ\'ব বুলি সন্মতি দিয়ে।"
"আপোনাৰ টিভি আৰু ব্যক্তিগত ডেটা অজ্ঞাত এপৰ আক্ৰমণৰ বলি হোৱাৰ সম্ভাৱনা অধিক। আপুনি এই এপ্টো ইনষ্টল কৰি এপ্টোৰ ব্যৱহাৰৰ ফলত আপোনাৰ টিভিত হ\'ব পৰা যিকোনো ক্ষতি বা ডেটা ক্ষয়ৰ বাবে আপুনি নিজে দায়ী হ\'ব বুলি সন্মতি দিয়ে।"
"%1$sৰ ক্ল’ন"
"অব্যাহত ৰাখক"
"ছেটিং"
"ৱেৰ এপ্সমূহ ইনষ্টল/আনইনষ্টল কৰি থকা হৈছে"
"এপ্ ইনষ্টল কৰাৰ জাননী"
"সফলতাৰে ইনষ্টল কৰা হ’ল"
"“%1$s” সফলতাৰে ইনষ্টল কৰা হ’ল"