"খৰতকীয়াকৈ চাৰ্জ কৰিবলৈ ফ’নটো পুনৰ সংৰেখিত কৰক" "তাঁৰৰ অবিহনে চাৰ্জ কৰিবলৈ ফ’নটো পুনৰ সংৰেখিত কৰক" "Android TV ডিভাইচটো সোনকালেই অফ হ’ব, এইটো অন কৰি ৰাখিবলৈ এটা বুটাম টিপক।" "এই ডিভাইচটো সোনকালেই অফ হ’ব; এইটো অন কৰি ৰাখিবলৈ টিপক।" "টেবলেটত কোনো ছিম নাই।" "ফ’নত কোনো ছিম নাই।" "পিন ক’ড মিলা নাই" "আপুনি টেবলেটটো আনলক কৰিবলৈ %1$d বাৰ ভুলকৈ প্ৰয়াস কৰিছে। আৰু %2$d বাৰ ভুলকৈ প্ৰয়াস কৰাৰ পাছত এই টেবলেটটো ৰিছেট কৰা হ’ব, যিয়ে ইয়াৰ আটাইবোৰ ডেটা মচি পেলাব।" "আপুনি ফ’নটো আনলক কৰিবলৈ %1$d বাৰ ভুলকৈ প্ৰয়াস কৰিছে। আৰু %2$d বাৰ ভুলকৈ প্ৰয়াস কৰাৰ পাছত এই ফ’নটো ৰিছেট কৰা হ’ব, যিয়ে ইয়াৰ আটাইবোৰ ডেটা মচি পেলাব।" "আপুনি টেবলেটটো আনলক কৰিবলৈ %d বাৰ ভুলকৈ প্ৰয়াস কৰিছে। এই টেবলেটটো ৰিছেট কৰা হ’ব, যিয়ে ইয়াৰ আটাইবোৰ ডেটা মচি পেলাব।" "আপুনি ফ’নটো আনলক কৰিবলৈ %d বাৰ ভুলকৈ প্ৰয়াস কৰিছে। এই ফ’নটো ৰিছেট কৰা হ’ব, যিয়ে ইয়াৰ আটাইবোৰ ডেটা মচি পেলাব।" "আপুনি টেবলেটটো আনলক কৰিবলৈ %1$d বাৰ ভুলকৈ প্ৰয়াস কৰিছে। আৰু %2$d বাৰ ভুলকৈ প্ৰয়াস কৰাৰ পাছত এই ব্যৱহাৰকাৰীজনক আঁতৰোৱা হ’ব, যিয়ে ব্যৱহাৰকাৰীৰ আটাইবোৰ ডেটা মচি পেলাব।" "আপুনি ফ’নটো আনলক কৰিবলৈ %1$d বাৰ ভুলকৈ প্ৰয়াস কৰিছে। আৰু %2$d বাৰ ভুলকৈ প্ৰয়াস কৰাৰ পাছত এই ব্যৱহাৰকাৰীজনক আঁতৰোৱা হ’ব, যিয়ে ব্যৱহাৰকাৰীৰ আটাইবোৰ ডেটা মচি পেলাব।" "আপুনি টেবলেটটো আনলক কৰিবলৈ %d বাৰ ভুলকৈ প্ৰয়াস কৰিছে। এই ব্যৱহাৰকাৰীজনক আঁতৰোৱা হ’ব, যিয়ে আটাইবোৰ ব্যৱহাৰকাৰী ডেটা মচি পেলাব।" "আপুনি ফ’নটো আনলক কৰিবলৈ %d বাৰ ভুলকৈ প্ৰয়াস কৰিছে। এই ব্যৱহাৰকাৰীজনক আঁতৰোৱা হ’ব, যিয়ে আটাইবোৰ ব্যৱহাৰকাৰী ডেটা মচি পেলাব।" "আপুনি টেবলেটটো আনলক কৰিবলৈ %1$d বাৰ ভুলকৈ প্ৰয়াস কৰিছে। আৰু %2$d বাৰ ভুলকৈ প্ৰয়াস কৰাৰ পাছত কৰ্মস্থানৰ প্ৰ’ফাইলটো আঁতৰোৱা হ’ব, যিয়ে প্ৰ’ফাইলটোৰ আটাইবোৰ ডেটা মচি পেলাব।" "আপুনি ফ’নটো আনলক কৰিবলৈ %1$d বাৰ ভুলকৈ প্ৰয়াস কৰিছে। আৰু %2$d বাৰ ভুলকৈ প্ৰয়াস কৰাৰ পাছত কৰ্মস্থানৰ প্ৰ’ফাইলটো আঁতৰোৱা হ’ব, যিয়ে প্ৰ’ফাইলৰ আটাইবোৰ ডেটা মচি পেলাব।" "আপুনি টেবলেটটো আনলক কৰিবলৈ %d বাৰ ভুলকৈ প্ৰয়াস কৰিছে। কৰ্মস্থানৰ প্ৰ’ফাইলটো আঁতৰোৱা হ’ব, যিয়ে প্ৰ’ফাইলটোৰ আটাইবোৰ ডেটা মচি পেলাব।" "আপুনি ফ’নটো আনলক কৰিবলৈ %d বাৰ ভুলকৈ প্ৰয়াস কৰিছে। কৰ্মস্থানৰ প্ৰ’ফাইলটো আঁতৰোৱা হ’ব, যিয়ে প্ৰ’ফাইলটোৰ আটাইবোৰ ডেটা মচি পেলাব।" "আপুনি নিজৰ আনলক কৰা আৰ্হিটো %1$d বাৰ ভুলকৈ আঁকিছে। আৰু %2$d বাৰ ভুলকৈ প্ৰয়াস কৰাৰ পাছত আপোনাক নিজৰ টেবলেটটো এটা ইমেইল একাউণ্টৰ জৰিয়তে আনলক কৰিবলৈ কোৱা হ’ব।\n\n %3$d ছেকেণ্ডৰ পাছত পুনৰ চেষ্টা কৰক।" "আপুনি নিজৰ আনলক কৰা আৰ্হিটো %1$d বাৰ ভুলকৈ আঁকিছে। আৰু %2$d বাৰ ভুলকৈ প্ৰয়াস কৰাৰ পাছত আপোনাক নিজৰ ফ’নটো এটা ইমেইল একাউণ্টৰ জৰিয়তে আনলক কৰিবলৈ কোৱা হ’ব।\n\n %3$d ছেকেণ্ডৰ পাছত পুনৰ চেষ্টা কৰক।" "ফ’নটো গৰম হোৱাৰ কাৰণে অফ হৈছিল" "ডিভাইচটো গৰম হোৱাৰ কাৰণে অফ হৈছিল" "টেবলেটটো গৰম হোৱাৰ কাৰণে অফ হৈছিল" "আপোনাৰ ফ’নটো এতিয়া স্বাভাৱিকভাৱে চলি আছে।\nঅধিক তথ্যৰ বাবে টিপক" "আপোনাৰ ডিভাইচটো এতিয়া স্বাভাৱিকভাৱে চলি আছে।\nঅধিক তথ্যৰ বাবে টিপক" "আপোনাৰ টেবলেটটো এতিয়া স্বাভাৱিকভাৱে চলি আছে।\nঅধিক তথ্যৰ বাবে টিপক" "আপোনাৰ ফ’নটো অত্যধিক গৰম হোৱাৰ বাবে সেইটো ঠাণ্ডা কৰিবলৈ অফ হৈছিল। আপোনাৰ ফ’নটো এতিয়া স্বাভাৱিকভাৱে চলি আছে।\n\nআপোনাৰ ফ’নটো গৰম হ’ব পাৰে, যদিহে আপুনি:\n • ফ’নটোৰ হাৰ্ডৱেৰ অত্যধিক মাত্ৰাত ব্যৱহাৰ কৰা এপ্‌ (যেনে- ভিডিঅ’ গে’ম, ভিডিঅ’, দিক্-নিৰ্দেশনাৰ এপ্‌) ব্যৱহাৰ কৰে\n • ডাঙৰ আকাৰৰ ফাইল আপল’ড অথবা ডাউনল’ড কৰে\n • আপোনাৰ ফ’নটো উচ্চ তাপমাত্ৰাৰ পৰিৱেশত ব্যৱহাৰ কৰে" "আপোনাৰ ডিভাইচটো অত্যধিক গৰম হোৱাৰ বাবে সেইটো ঠাণ্ডা কৰিবলৈ অফ হৈছিল। আপোনাৰ ডিভাইচটো এতিয়া স্বাভাৱিকভাৱে চলি আছে।\n\nআপোনাৰ ডিভাইচটো গৰম হ’ব পাৰে, যদিহে আপুনি:\n • ডিভাইচটোৰ হাৰ্ডৱেৰ অত্যধিক মাত্ৰাত ব্যৱহাৰ কৰা এপ্‌ (যেনে- ভিডিঅ’ গে’ম, ভিডিঅ’, দিক্-নিৰ্দেশনাৰ এপ্‌) ব্যৱহাৰ কৰে\n • ডাঙৰ আকাৰৰ ফাইল আপল’ড অথবা ডাউনল’ড কৰে\n • আপোনাৰ ডিভাইচটো উচ্চ তাপমাত্ৰাৰ পৰিৱেশত ব্যৱহাৰ কৰে" "আপোনাৰ টেবলেটটো অত্যধিক গৰম হোৱাৰ বাবে সেইটো ঠাণ্ডা কৰিবলৈ অফ হৈছিল। আপোনাৰ টেবলেটটো এতিয়া স্বাভাৱিকভাৱে চলি আছে।\n\nআপোনাৰ টেবলেটটো গৰম হ’ব পাৰে, যদিহে আপুনি:\n • টেবলেটটোৰ হাৰ্ডৱেৰ অত্যধিক মাত্ৰাত ব্যৱহাৰ কৰা এপ্‌ (যেনে- ভিডিঅ’ গে’ম, ভিডিঅ’, দিক্-নিৰ্দেশনাৰ এপ্‌) ব্যৱহাৰ কৰে\n • ডাঙৰ আকাৰৰ ফাইল আপল’ড অথবা ডাউনল’ড কৰে\n • আপোনাৰ টেবলেটটো উচ্চ তাপমাত্ৰাৰ পৰিৱেশত ব্যৱহাৰ কৰে" "ফ’নটো গৰম হ’বলৈ ধৰিছে" "ডিভাইচটো গৰম হবলৈ ধৰিছে" "টেবলেটটো গৰম হবলৈ ধৰিছে" "ফ’নটো ঠাণ্ডা হ’বলৈ ধৰোঁতে কিছুমান সুবিধা উপলব্ধ নহয়।\nঅধিক তথ্যৰ বাবে টিপক" "ডিভাইচটো ঠাণ্ডা হ’বলৈ ধৰোঁতে কিছুমান সুবিধা উপলব্ধ নহয়।\nঅধিক তথ্যৰ বাবে টিপক" "টেবলেটটো ঠাণ্ডা হ’বলৈ ধৰোঁতে কিছুমান সুবিধা উপলব্ধ নহয়।\nঅধিক তথ্যৰ বাবে টিপক" "আপোনাৰ ফ’নটোৱে নিজে নিজে ঠাণ্ডা হ’বলৈ স্বয়ংক্ৰিয়ভাৱে চেষ্টা কৰিব। আপুনি ফ’নটো ব্যৱহাৰ কৰি থাকিব পাৰে কিন্তু ই লাহে লাহে চলিব পাৰে।\n\nফ’নটো ঠাণ্ডা হোৱাৰ পাছত ই আগৰ নিচিনাকৈ চলিব।" "আপোনাৰ ডিভাইচটোৱে নিজে নিজে ঠাণ্ডা হ’বলৈ স্বয়ংক্ৰিয়ভাৱে চেষ্টা কৰিব। আপুনি ডিভাইচটো ব্যৱহাৰ কৰি থাকিব পাৰে কিন্তু ই লাহে লাহে চলিব পাৰে।\n\nআপোনাৰ ডিভাইচটো ঠাণ্ডা হোৱাৰ পাছত ই আগৰ নিচিনাকৈ চলিব।" "আপোনাৰ টেবলেটটোৱে নিজে নিজে ঠাণ্ডা হ’বলৈ স্বয়ংক্ৰিয়ভাৱে চেষ্টা কৰিব। আপুনি টেবলেটটো ব্যৱহাৰ কৰি থাকিব পাৰে কিন্তু ই লাহে লাহে চলিব পাৰে।\n\nআপোনাৰ টেবলেটটো ঠাণ্ডা হোৱাৰ পাছত ই আগৰ নিচিনাকৈ চলিব।" "ফিংগাৰপ্ৰিণ্ট ছেন্সৰটো পাৱাৰ বুটামটোত আছে। এইটো হৈছে টেবলেটটোৰ প্ৰান্তত থকা উঠঙা ভলিউমৰ বুটামটোৰ কাষত থকা চেপেটা বুটামটো।" "ফিংগাৰপ্ৰিণ্ট ছেন্সৰটো পাৱাৰ বুটামটোত আছে। এইটো হৈছে ডিভাইচটোৰ প্ৰান্তত থকা উঠঙা ভলিউমৰ বুটামটোৰ কাষত থকা চেপেটা বুটামটো।" "ফিংগাৰপ্ৰিণ্ট ছেন্সৰটো পাৱাৰ বুটামটোত আছে। এইটো হৈছে ফ’নটোৰ প্ৰান্তত থকা উঠঙা ভলিউমৰ বুটামটোৰ কাষত থকা চেপেটা বুটামটো।" "অধিক বিকল্পৰ বাবে আপোনাৰ ফ’নটো আনলক কৰক" "অধিক বিকল্পৰ বাবে আপোনাৰ টেবলেটটো আনলক কৰক" "অধিক বিকল্পৰ বাবে আপোনাৰ ডিভাইচটো আনলক কৰক" "এই ফ’নটোত প্লে’ কৰি থকা হৈছে" "এই টেবলেটটোত প্লে’ কৰি থকা হৈছে"